আপুনি যদি মোক (Rehena Parveen) যোগাযোগ কৰিব বিচাৰে, তেন্তে মোৰ যিকোনো চচিয়েল মেডিয়া প্ৰফাইলত ক্লিক কৰিব পাৰে। যদি আপুনি পোনপটীয়াকৈ মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেন্তে তলৰ তালিকাখন পূৰণ কৰি যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি যদি আপোনাৰ লিখা কোনো কবিতা, প্ৰৱন্ধ আদি প্ৰকাশ কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক।